উত্তৰ-পূৰ্বাঞ্চল

মণিপুৰলৈ অনা হ’ল ২৬টা উট: বিএছএফৰ প্ৰতিষ্ঠা দিৱসৰ প্ৰস্তুতিক লৈ ৰাইজৰ ব্যাপক কৌতূহল

NewzNow · ২৪ নৱেম্বৰ ২০২৬

১ / ৫

বিএছএফৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজস্থানৰ পৰা মণিপুৰলৈ অনা ২৬টা উটক লৈ স্থানীয় ৰাইজৰ মাজত ব্যাপক উৎসাহ পৰিলক্ষিত হৈছে।

২ / ৫

চুৰাচান্দপুৰ, ২৪ নৱেম্বৰ: মণিপুৰৰ চুৰাচান্দপুৰলৈ অনা ২৬টা উটক লৈ স্থানীয় বাসিন্দাৰ মাজত ব্যাপক কৌতূহল আৰু উৎসাহ পৰিলক্ষিত হৈছে।

৩ / ৫

অহা ১ ডিচেম্বৰত বিএছএফৰ ৬২সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপিত হ’ব।

৪ / ৫

ৰাজস্থানৰ থৰ মৰুভূমিৰ সমীপৱৰ্তী অঞ্চলৰ পৰা বিশেষ ট্ৰাকেৰে এই উটসমূহ কঢ়িয়াই অনা হৈছে।

৫ / ৫

বিএছএফৰ প্ৰতিষ্ঠা দিৱসৰ পেৰেডত পূব আৰু পশ্চিম কমাণ্ডৰ জোৱানসকলৰ কুচকাৱাজৰ লগতে উটকেইটাও অংশগ্ৰহণ কৰিব।

মণিপুৰলৈ অনা হ’ল ২৬টা উট: বিএছএফৰ প্ৰতিষ্ঠা দিৱসৰ প্ৰস্তুতিক লৈ ৰাইজৰ ব্যাপক কৌতূহল

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক