দেশ

অভিষেক বেনাৰ্জীৰ আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ

NewzNow · ৩ নৱেম্বৰ ২০২৬

১ / ৫

নিজৰ বিৰুদ্ধে চলি থকা মামলাৰ সংবাদমাধ্যমৰ প্ৰতিবেদন বন্ধ কৰিবলৈ বিচৰা তৃণমূল কংগ্ৰেছৰ সাংসদ অভিষেক বেনাৰ্জীৰ আবেদন সৰ্বোচ্চ ন্যায়ালয়ে খাৰিজ কৰিছে।

২ / ৫

৩ নৱেম্বৰ: নিজৰ বিৰুদ্ধে চলি থকা গোচৰসমূহৰ তদন্ত সম্পৰ্কীয় বাতৰি প্ৰকাশত বাধা আৰোপৰ দাবীত তৃণমূল কংগ্ৰেছৰ সাংসদ অভিষেক বেনাৰ্জীয়ে দাখিল কৰা আবেদন খাৰিজ কৰিছে উচ্চতম ন্যায়ালয়ে।

৩ / ৫

মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, ন্যায়াধীশ জয়মাল্য বাগচী আৰু ন্যায়াধীশ ভি. মোহনাৰ তিনিজনীয়া বিচাৰপীঠে মঙলবাৰে এই নিৰ্দেশ দিয়ে।

৪ / ৫

অভিষেক বেনাৰ্জীৰ অভিযোগ, তেওঁৰ বিৰুদ্ধে চলি থকা তদন্তৰ সৈতে জড়িত তথ্য সংবাদ মাধ্যমৰ ওচৰলৈ ফাদিল কৰা হৈছে।

৫ / ৫

উচ্চতম ন্যায়ালয়ে আবেদনখনৰ শুনানি গ্ৰহণ নকৰি বিষয়টোত অন্তৱৰ্তীকালীন সকাহ বিচাৰিবলৈ কলকাতা উচ্চ ন্যায়ালয়ৰ কাষ চাপিবলৈ পৰামৰ্শ দিয়ে।

অভিষেক বেনাৰ্জীৰ আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক