আন্তঃৰাষ্ট্ৰীয়

১৬ ডিচেম্বৰত বাংলাদেশলৈ উভতি যোৱাৰ পৰিকল্পনা শ্বেখ হাছিনাৰ

NewzNow · ২৪ নৱেম্বৰ ২০২৬

১ / ৫

বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই অহা ১৬ ডিচেম্বৰত বিজয় দিৱসৰ দিনা দেশলৈ উভতি যোৱাৰ পৰিকল্পনা কৰিছে।

২ / ৫

নতুন দিল্লী, ২৪ নৱেম্বৰ: বাংলাদেশলৈ উভতি যোৱাৰ পৰিকল্পনা কৰিছে দেশখনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই।

৩ / ৫

হাছিনাৰ মুখপাত্ৰ ছৈয়দ মোজাম্মেল আলীয়ে জানিবলৈ দিয়া মতে, দিল্লীৰ পৰা ঢাকালৈ যোৱাৰ বাবে বাংলাদেশৰ চৰকাৰী বিমান সংস্থাৰ বিমান বিচাৰিছে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে।

৪ / ৫

২০২৪ চনৰ ৫ আগষ্টত বাংলাদেশত হোৱা চৰকাৰবিৰোধী গণ-আন্দোলনৰ মাজতে দেশ এৰিবলৈ বাধ্য হৈছিল শ্বেখ হাছিনা।

৫ / ৫

২০২৪ চনৰ জুলাই মাহত চৰকাৰী চাকৰিৰ সংৰক্ষণ ব্যৱস্থাৰ বিৰুদ্ধে ছাত্ৰ আন্দোলন আৰম্ভ হৈছিল আৰু পৰৱৰ্তী সময়ত এই আন্দোলন চৰকাৰবিৰোধী গণ-আন্দোলনত পৰিণত হয়।

১৬ ডিচেম্বৰত বাংলাদেশলৈ উভতি যোৱাৰ পৰিকল্পনা শ্বেখ হাছিনাৰ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক