দেশ

দিলজিৎ দোছাঞ্জৰ সংগীতানুষ্ঠানত বোমা বিস্ফোৰণৰ ভাবুকি

NewzNow · ২৪ নৱেম্বৰ ২০২৬

১ / ৫

দিলজিৎ দোছাঞ্জৰ বেংগালুৰুৰ সংগীতানুষ্ঠানত আইইডি বিস্ফোৰণৰ ভাবুকি দি আৰক্ষীলৈ ই-মেইল প্ৰেৰণ।

২ / ৫

বেংগালুৰু, ২৪ নৱেম্বৰ: জনপ্ৰিয় পাঞ্জাবী গায়ক দিলজিৎ দোছাঞ্জৰ আগন্তুক বেংগালুৰুৰ সংগীতানুষ্ঠানক লৈ তীব্ৰ নিৰাপত্তাজনিত উদ্বেগৰ সৃষ্টি হৈছে।

৩ / ৫

প্ৰাপ্ত তথ্য অনুসৰি, ধৰৱাড়ৰ আৰক্ষী আয়ুক্তলৈ এই ভাবুকিপূৰ্ণ ই-মেইলটো প্ৰেৰণ কৰা হৈছে।

৪ / ৫

উক্ত ই-মেইলটোত অনুষ্ঠানলৈ আহিবলগীয়া দৰ্শকসকলকো সতৰ্কবাণী দিয়া হৈছে।

৫ / ৫

ভাবুকিপূৰ্ণ ই-মেইল লাভ কৰাৰ পিছতে আৰক্ষী সষ্টম হৈ পৰিছে যদিও এতিয়ালৈকে ২৯ নৱেম্বৰৰ সংগীতানুষ্ঠানৰ কাৰ্যসূচী সলনি বা বাতিল কৰাৰ কোনো আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই।

দিলজিৎ দোছাঞ্জৰ সংগীতানুষ্ঠানত বোমা বিস্ফোৰণৰ ভাবুকি

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক