অসম

তেজপুৰ-বাইহাটা চাৰিলেন পথৰ অধিগ্ৰহণৰ ভূমিত নতুন নিৰ্মাণ নিষিদ্ধ, প্ৰশাসনৰ কঠোৰ নিৰ্দেশনা

NewzNow · ২৪ নৱেম্বৰ ২০২৬

১ / ৫

তেজপুৰ-বাইহাটা চাৰিআলি চাৰিলেনযুক্ত পথৰ বাবে অধিগ্ৰহণ কৰিবলগীয়া ভূমিত নতুন নিৰ্মাণ কৰিলে কোনো ক্ষতিপূৰণ দিয়া নহ'ব বুলি প্ৰশাসনে স্পষ্ট কৰি দিছে।

২ / ৫

ছিপাঝাৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াই ইতিমধ্যে ভূমি ৰাজহ সহায়কসকলৰ জৰিয়তে সংশ্লিষ্ট সকলো লোকলৈ জাননী প্ৰেৰণ কৰিছে।

৩ / ৫

একেদৰে দৰং জিলাৰ দলগাঁও অঞ্চলতো এনে অভিযোগ উত্থাপন হোৱাৰ পিছত সংশ্লিষ্ট লোকসকললৈ জাননী প্ৰেৰণ কৰা হৈছে।

৪ / ৫

ছিপাঝাৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ে জাৰি কৰা এক নিৰ্দেশ অনুসৰি, অধিগ্ৰহণ প্ৰক্ৰিয়াৰ অধীনত থকা ভূমিত নতুন নিৰ্মাণ, সম্প্ৰসাৰণ, পৰিৱৰ্তন, বেৰ দিয়া, মাটি পোতা বা খনন আদি কাৰ্যত সম্পূৰ্ণ…

৫ / ৫

এনএইচআইডিচিএলে অধিগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ সময়তে সমগ্ৰ পথছোৱাৰ উপগ্ৰহীয় ছবি সংগ্ৰহ কৰি ৰাখিছে।

তেজপুৰ-বাইহাটা চাৰিলেন পথৰ অধিগ্ৰহণৰ ভূমিত নতুন নিৰ্মাণ নিষিদ্ধ, প্ৰশাসনৰ কঠোৰ নিৰ্দেশনা

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক