অসম

মেচিনৰ গামোচা নিদিব, পইচা লাগিলে মই দিম: বিষয়াক ধমক বিধায়ক দীপক কুমাৰ দাসৰ

NewzNow · ২৪ নৱেম্বৰ ২০২৬

১ / ৫

চেঙাত ধান ক্ৰয় কেন্দ্ৰৰ সভাত পাৱাৰলুমৰ গামোচাৰে আদৰণি জনোৱাত চৰকাৰী বিষয়াক ৰাজহুৱাকৈ ধমক দিলে বিধায়ক দীপক কুমাৰ দাসে।

২ / ৫

চেঙা: চৰকাৰী অনুষ্ঠানত মেচিনত বোৱা গামোচাৰে সম্বৰ্ধনা জনোৱাক লৈ মঙলবাৰে চৰকাৰী বিষয়াক ৰাজহুৱাকৈ ককৰ্থনা কৰে বিধায়ক দীপক কুমাৰ দাসে।

৩ / ৫

ধান ক্ৰয় কেন্দ্ৰটোৰ উদ্বোধনৰ সময়ত আয়োজক বিষয়াসকলে বিধায়কগৰাকীক পাৱাৰলুমৰ গামোচাৰে আদৰণি জনাবলৈ চেষ্টা কৰে।

৪ / ৫

বিধায়ক দীপক কুমাৰ দাসে বিষয়াসকলক সকীয়াই দি কয়, “মেচিনত বোৱা দুই নম্বৰী গামোচা মোক নিদিব।

৫ / ৫

অসমৰ গামোচাই ইতিমধ্যে জি আই টেগ লাভ কৰাৰ কথা উল্লেখ কৰি বিধায়কগৰাকীয়ে কয় যে এই বস্ত্ৰৰ লগত আমাৰ আই-ভনীসকলৰ শ্ৰম আৰু আবেগ জড়িত হৈ আছে।

মেচিনৰ গামোচা নিদিব, পইচা লাগিলে মই দিম: বিষয়াক ধমক বিধায়ক দীপক কুমাৰ দাসৰ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক