উজনি ছিয়াং জিলাত ৩৬ ঘণ্টীয়া বন্ধ আৰু আন্দোলনৰ মাজতে অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খান্দুৱে ছিয়াং আপাৰ মাল্টিপাৰপাছ প্ৰকল্পত জনসাধাৰণৰ সন্মতি অবিহনে আগ নাবাঢ়াৰ…
৩ নৱেম্বৰ: ৰাইজৰ সন্মতি অবিহনে ছিয়াং উচ্চ বহুমুখী প্ৰকল্প (Siang Upper Multipurpose Project) সন্দৰ্ভত কোনো চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা নহ’ব বুলি আশ্বাস দিছে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী…
প্ৰস্তাৱিত প্ৰকল্পটোৰ বিদ্যুৎ উৎপাদন ক্ষমতা ১১,২০০ মেগাৱাট।
খাণ্ডুৱে স্পষ্ট কৰি দিয়ে যে বৰ্তমান প্ৰকল্পটোৰ নিৰ্মাণকাৰ্য আৰম্ভ কৰাৰ কোনো সিদ্ধান্ত লোৱা হোৱা নাই।
প্ৰকল্পটোৰ কৌশলগত গুৰুত্ব ব্যাখ্যা কৰি মুখ্যমন্ত্ৰীয়ে চীনৰ দ্বাৰা ভাৰত-চীন সীমান্তৰ ওচৰত য়াৰলুং ছাংপো নদীৰ ওপৰত নিৰ্মাণ কৰা বৃহৎ বান্ধৰ প্ৰসংগও উল্লেখ কৰে।
newznow.in