ত্ৰিপুৰাৰ দক্ষিণ জিলাত দলবদ্ধ ধৰ্ষণৰ বলি হোৱাৰ অভিযোগৰ পিছত অগ্নিদগ্ধ হৈ চিকিৎসাধীন অৱস্থাত এগৰাকী মহিলাৰ মৃত্যু ঘটে।
আৰক্ষীয়ে জনোৱা মতে, ১৪ নৱেম্বৰত এই ঘটনা সন্দৰ্ভত এক গোচৰ ৰুজু কৰা হৈছিল।
উল্লেখ্য যে, চলিত বৰ্ষৰ আগষ্ট মাহতো ত্ৰিপুৰাৰ গোমতী জিলাৰ এখন গাঁৱত এগৰাকী নাবালিকাক দলবদ্ধ ধৰ্ষণৰ অভিযোগত দুজনক গ্ৰেপ্তাৰ আৰু চাৰিজন নাবালকক আটক কৰিছিল আৰক্ষীয়ে।
ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে ইতিমধ্যে এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে।
আৰক্ষীৰ জনোৱা মতে, যোৱা ৯ নৱেম্বৰত দুজন লোকে মহিলাগৰাকীক দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছিল।
newznow.in