দেশ

বাহিৰতকৈ সনাতনৰ ভিতৰৰ পৰাহে বিপদ বেছি: একাংশ কথাকাৰক ৰামদেৱৰ সকীয়নি

NewzNow · ২৪ নৱেম্বৰ ২০২৬

১ / ৫

সনাতন ধৰ্মৰ নামত ভণ্ডামি আৰু বিভাজন নকৰিবলৈ একাংশ তথাকথিত কথাকাৰক স্পষ্ট সকীয়নি দিলে যোগগুৰু ৰামদেৱে।

২ / ৫

সনাতন ধৰ্মৰ প্ৰতি বাহিৰতকৈ ভিতৰৰ পৰাহে বিপদ বেছি বুলি মন্তব্য কৰিছে যোগগুৰু ৰামদেৱে।

৩ / ৫

ৰামদেৱে স্পষ্টকৈ কয় যে সনাতন ধৰ্মৰ নাম লৈ সমাজত বিদ্বেষ আৰু উত্তেজনা বিয়পোৱা তথাকথিত একাংশ কথাকাৰ আৰু প্ৰবক্তাক তেওঁ সকীয়নি দিছে।

৪ / ৫

তেওঁ কয় যে এখন হাতত মালা আৰু আনখন হাতত লাঠি লৈ উগ্ৰ হিন্দু বা সনাতনী সজাৰ অৰ্থ আনৰ প্ৰতি ঘৃণা বা বৈষম্য বিয়পোৱা নহয়।

৫ / ৫

সনাতন ধৰ্ম কাৰো একচেটিয়া সম্পত্তি নহয় বুলি উল্লেখ কৰি ৰামদেৱে কয় যে কোনো কথাকাৰ বা বিশেষ ব্যক্তি ইয়াৰ ঠিকাদাৰ হ'ব নোৱাৰে।

বাহিৰতকৈ সনাতনৰ ভিতৰৰ পৰাহে বিপদ বেছি: একাংশ কথাকাৰক ৰামদেৱৰ সকীয়নি

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক