আন্তঃৰাষ্ট্ৰীয়

হিজাব নিপিন্ধাকৈ সংগীত পৰিৱেশন: ইৰাণৰ কণ্ঠশিল্পী পাৰাস্তো আহমাদীসহ পাঁচজনক ৭৪টাকৈ বেত্ৰাঘাত

NewzNow · ২৪ নৱেম্বৰ ২০২৬

১ / ৫

হিজাব পৰিধান নকৰাকৈ সংগীতানুষ্ঠান পৰিৱেশন কৰাৰ অভিযোগত ইৰাণৰ জনপ্ৰিয় কণ্ঠশিল্পী পাৰাস্তো আহমাদী আৰু তেওঁৰ দলৰ চাৰিজন সদস্যক ৭৪টাকৈ বেত্ৰাঘাত বিহা হৈছে।

২ / ৫

ইৰাণত হিজাব পৰিধান নকৰাকৈ সংগীতানুষ্ঠান পৰিৱেশন কৰাৰ অভিযোগত দেশখনৰ জনপ্ৰিয় কণ্ঠশিল্পী পাৰাস্তো আহমাদী আৰু তেওঁৰ দলৰ আন চাৰিজন সদস্যক ৭৪টাকৈ বেত্ৰাঘাতৰ শাস্তি বিহা হৈছে।

৩ / ৫

ইৰাণৰ আইন অনুসৰি ৰাজহুৱা শালীনতা ভংগ কৰাৰ অভিযোগত অভিযুক্তক ১০ দিনৰ পৰা দুমাহ পৰ্যন্ত কাৰাদণ্ড অথবা ৭৪টাকৈ বেত্ৰাঘাত কৰাৰ ব্যৱস্থা আছে বুলি ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ সম্পৰ্কীয় তথ্যত উল্লেখ…

৪ / ৫

উল্লেখ্য যে, ২০২২ চনত ইৰাণত হিজাব নীতিৰ বিৰুদ্ধে তীব্ৰ গণপ্ৰতিবাদ গঢ়ি উঠিছিল।

৫ / ৫

কণ্ঠশিল্পী পাৰাস্তো আহমাদীৰ বিৰুদ্ধে লোৱা এই কঠোৰ ব্যৱস্থাই ইৰাণত মহিলাসকলৰ স্বাধীনতা, পোছাক পৰিধানৰ অধিকাৰ আৰু ৰাজহুৱা পৰিৱেশনক লৈ পুনৰ নতুন চৰ্চাৰ সৃষ্টি কৰিছে।

হিজাব নিপিন্ধাকৈ সংগীত পৰিৱেশন: ইৰাণৰ কণ্ঠশিল্পী পাৰাস্তো আহমাদীসহ পাঁচজনক ৭৪টাকৈ বেত্ৰাঘাত

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক