অসম

৯৩সংখ্যক নলবাৰী ৰাস মহোৎসৱৰ প্ৰস্তুতিৰ বুজ ল’লে জয়ন্ত মল্ল বৰুৱাই

NewzNow · ৩ নৱেম্বৰ ২০২৬

১ / ৫

নলবাৰীৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাই ৯৩সংখ্যক নলবাৰী ৰাস মহোৎসৱৰ প্ৰস্তুতিৰ বুজ লয়।

২ / ৫

৩ নৱেম্বৰ: ৯৩সংখ্যক নলবাৰী ৰাস মহোৎসৱৰ প্ৰস্তুতিৰ অগ্ৰগতি পৰ্যালোচনা কৰিলে নলবাৰীৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাই।

৩ / ৫

বৈঠকত প্ৰতিখন উপ-সমিতিৰ কাম-কাজ পৰ্যালোচনা কৰাৰ লগতে মহোৎসৱ সুকলমে অনুষ্ঠিত কৰাৰ বাবে প্ৰয়োজনীয় নিৰ্দেশনা প্ৰদান কৰে বিধায়কগৰাকীয়ে।

৪ / ৫

নলবাৰীৰ সাংস্কৃতিক পৰিচয়ৰ এক গুৰুত্বপূৰ্ণ প্ৰতীক হিচাপে ৰাস মহোৎসৱৰ কথা উল্লেখ কৰি জয়ন্ত মল্ল বৰুৱাই ইয়াক সফল কৰি তুলিবলৈ সকলো পক্ষৰ সহযোগিতা কামনা কৰে।

৫ / ৫

উল্লেখ্য যে, এইবাৰৰ ৯৩সংখ্যক নলবাৰী ৰাস মহোৎসৱ ২৪ নৱেম্বৰৰ পৰা ৬ ডিচেম্বৰলৈ ১৩ দিনীয়াকৈ অনুষ্ঠিত হ’ব।

৯৩সংখ্যক নলবাৰী ৰাস মহোৎসৱৰ প্ৰস্তুতিৰ বুজ ল’লে জয়ন্ত মল্ল বৰুৱাই

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক