চাকৰি

'আগন্তুক ৫ বছৰত অসম আৰক্ষীত হ'ব ২০ হাজাৰ নতুন নিযুক্তি'- মুখ্যমন্ত্ৰী

NewzNow · ২৪ নৱেম্বৰ ২০২৬

১ / ৫

অহা পাঁচ বছৰত অসম আৰক্ষীত ২০ হাজাৰতকৈ অধিক পদত নিযুক্তি দিয়া হ'ব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

২ / ৫

আগন্তুক ৫ বছৰত অসম আৰক্ষীত হ'ব ২০ হাজাৰ নতুন নিযুক্তি' ।'অহা ১ ফেব্ৰুৱাৰীৰ পৰা অসম আৰক্ষীৰ ৫,৭৭৪টা পদৰ বাবে আৰম্ভ হ'ব নিযুক্তি প্ৰক্ৰিয়া'।

৩ / ৫

মুখ্যমন্ত্ৰীয়ে জনোৱা অনুসৰি, অহা ১ ফেব্ৰুৱাৰীৰ পৰা অসম আৰক্ষীৰ ৫,৭৭৬টা পদৰ বাবে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব।

৪ / ৫

ইয়াৰ উপৰি আৰক্ষী বিভাগত অতি শীঘ্ৰে আন এটা নিযুক্তিৰ বিজ্ঞাপন প্ৰকাশৰ প্ৰস্তুতি চলোৱা হৈছে বুলিও মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে।

৫ / ৫

আনহাতে ৰাজ্যৰ যুৱক-যুৱতীসকলে যাতে কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীত নিযুক্তিৰ সুযোগ লাভ কৰিব পাৰে, তাৰ বাবে অসমতে চিআৰপিএফ আৰু চিআইএছএফৰ দুটা নতুন নিযুক্তি পৰীক্ষা কেন্দ্ৰ স্থাপনৰ পদক্ষেপ গ্ৰহণ…

'আগন্তুক ৫ বছৰত অসম আৰক্ষীত হ'ব ২০ হাজাৰ নতুন নিযুক্তি'- মুখ্যমন্ত্ৰী

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক