লাচিত দিৱস উপলক্ষে হোজাই জিলাৰ লংকাৰ কাকী মাৰ্কেটিংত থকা লাচিত বৰফুকনৰ পূৰ্ণাংগ প্ৰতিমূৰ্ত্তিত বিধায়ক শিবু মিশ্ৰই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
উক্ত অনুষ্ঠানত লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰ, জিলাখনৰ কেইবাজনো বিশিষ্ট ব্যক্তি আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।
newznow.in