লাচিত দিৱস উপলক্ষে হোজাই জিলাৰ লংকাৰ কাকী মাৰ্কেটিংত থকা লাচিত বৰফুকনৰ পূৰ্ণাংগ প্ৰতিমূৰ্ত্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।
উক্ত অনুষ্ঠানত লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰ, জিলাখনৰ কেইবাজনো বিশিষ্ট ব্যক্তি আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।
গুৰুত্বপূৰ্ণ খবৰ ফোন বা কম্পিউটাৰত পোনপটীয়াকৈ পাওক।
লাচিত দিৱস উপলক্ষে হোজাই জিলাৰ লংকাৰ কাকী মাৰ্কেটিংত থকা লাচিত বৰফুকনৰ পূৰ্ণাংগ প্ৰতিমূৰ্ত্তিত বিধায়ক শিবু মিশ্ৰই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। এই অনুষ্ঠানত স্থানীয় ৰাইজ আৰু কেইবাজনো ব্যক্তি উপস্থিত থাকে।
লাচিত দিৱস উপলক্ষে হোজাই জিলাৰ লংকাৰ কাকী মাৰ্কেটিংত থকা লাচিত বৰফুকনৰ পূৰ্ণাংগ প্ৰতিমূৰ্ত্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।
উক্ত অনুষ্ঠানত লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰ, জিলাখনৰ কেইবাজনো বিশিষ্ট ব্যক্তি আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।
খবৰটো উপযোগী হ'লে আপোনাৰ পৰিয়াল আৰু বন্ধুৰ সৈতে শ্বেয়াৰ কৰক।
এই খবৰটো আন ভাষাত: English · हिन्दी · বাংলা
📱 ছবিৰে চাওক (ৱেব ষ্ট'ৰী)ভুল দেখিছে? আমাক জনাওক।