অসম

শিলচৰত ৯ বছৰীয়া শিশুক যৌন নিৰ্যাতনৰ অভিযোগত এজন গ্ৰেপ্তাৰ, নিলম্বিত দুই আৰক্ষী

NewzNow · ২৪ নৱেম্বৰ ২০২৬

১ / ৫

শিলচৰত ৯ বছৰীয়া শিশুক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত এজন গ্ৰেপ্তাৰ।

২ / ৫

শিলচৰ: কাছাৰ জিলাৰ শিলচৰত ৯ বছৰীয়া এগৰাকী শিশুক বাৰে বাৰে যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত ৩২ বছৰীয়া এজন ব্যক্তিক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

৩ / ৫

জানিব পৰা মতে, যোৱা ১১ নৱেম্বৰত শিশুটি অসুস্থ হৈ পৰাত মাতৃয়ে চিকিৎসকৰ ওচৰলৈ লৈ যায়।

৪ / ৫

মাতৃগৰাকীয়ে জনোৱা মতে, অভিযুক্ত ব্যক্তিজনৰ সৈতে তেওঁৰ ব্যক্তিগত সম্পৰ্ক আছিল আৰু দুয়োৰে বিবাহৰ কথাও চলিছিল।

৫ / ৫

ৰঙিৰখাৰী আৰক্ষী চকীৰ পৰা কোনো সঁহাৰি নোপোৱাত মাতৃগৰাকীয়ে কাছাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ) পি পি শইকীয়াৰ কাষ চাপে।

শিলচৰত ৯ বছৰীয়া শিশুক যৌন নিৰ্যাতনৰ অভিযোগত এজন গ্ৰেপ্তাৰ, নিলম্বিত দুই আৰক্ষী

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক