সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ সাধাৰণ নিৰ্বাচনৰ ভোটগ্ৰহণ ৩০ নৱেম্বৰত হ'ব।
৩ নৱেম্বৰ: সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ ২০২৬ চনৰ সাধাৰণ নিৰ্বাচনৰ দিন ঘোষণা কৰিছে অসম ৰাজ্যিক নিৰ্বাচন আয়োগে।
নিৰ্বাচনৰ অধিসূচনা ৩ নৱেম্বৰত জাৰি কৰা হৈছে।
৩০ নৱেম্বৰত পুৱা ৭.৩০ বজাৰ পৰা বিয়লি ৪ বজালৈ ভোটগ্ৰহণ চলিব।
এই নিৰ্বাচনত মুঠ ১,৬৩,৯৬৬ গৰাকী ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব।
newznow.in