ব্যৱসায়-বাণিজ্য

২৬ বছৰৰ অন্তত পুনৰ ভাৰতীয় বজাৰলৈ উভতি আহিব জনপ্ৰিয় শীতল পানীয় Gold Spot

NewzNow · ২৪ নৱেম্বৰ ২০২৬

১ / ৫

প্ৰায় ২৬ বছৰৰ বিৰতিৰ অন্তত ভাৰতীয় বজাৰত পুনৰ মুকলি হ'ব কমলাৰ সোৱাদযুক্ত এসময়ৰ অত্যন্ত জনপ্ৰিয় শীতল পানীয় গোল্ড স্পট।

২ / ৫

প্ৰায় ২৬ বছৰৰ বিৰতিৰ অন্তত পুনৰ ভাৰতীয় বজাৰলৈ উভতি অহাৰ প্ৰস্তুতি চলিছে এসময়ৰ জনপ্ৰিয় শীতল পানীয় 'গোল্ড স্পট'ৰ।

৩ / ৫

এইবাৰ গোল্ড স্পট কম চেনি আৰু চেনিবিহীন সংস্কৰণত বজাৰলৈ অনাৰ পৰিকল্পনা হাতত লোৱা হৈছে।

৪ / ৫

১৯৫০ৰ দশকত ভাৰতীয় বজাৰত আত্মপ্ৰকাশ কৰা গোল্ড স্পট এসময়ত দেশৰ যুৱ প্ৰজন্মৰ মাজত যথেষ্ট জনপ্ৰিয় আছিল।

৫ / ৫

বৰ্তমান ভাৰতীয় শীতল পানীয়ৰ বজাৰত কেম্পা আৰু লাহোৰী জিৰাৰ দৰে ব্ৰেণ্ডৰ সৈতে প্ৰতিযোগিতা তীব্ৰতৰ হৈ পৰিছে।

২৬ বছৰৰ অন্তত পুনৰ ভাৰতীয় বজাৰলৈ উভতি আহিব জনপ্ৰিয় শীতল পানীয় Gold Spot

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক