অসম

বীৰ লাচিত দিৱস উদযাপন; শৰাইঘাটৰ বীৰত্ব স্মৰণ, চিত্ৰাংকন প্ৰতিযোগিতা

NewzNow · ২৪ নৱেম্বৰ ২০২৬

১ / ৫

ডিব্ৰুগড়ত আজি বীৰ লাচিত বৰফুকন দিৱস উপলক্ষে এক স্মৰণ অনুষ্ঠানৰ আয়োজন কৰা হয়।

২ / ৫

দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠানতে এক চিত্ৰাংকন আৰু ৰচনা প্ৰতিযোগিতাৰো আয়োজন কৰা হয়।

৩ / ৫

অন্যান্য পিছপৰা শ্ৰেণী (অ.বি.চি) মৰ্চাৰ উদ্যোগত আৰু ভাৰতীয় জনতা পাৰ্টিৰ ডিব্ৰুগড় জিলা সমিতিৰ সহযোগত এই কাৰ্য্যসূচী ৰূপায়ণ কৰা হয়।

৪ / ৫

অনুষ্ঠানৰ আৰম্ভণিতে ভাৰত মাতা, ড° শ্যামা প্ৰসাদ মুখাৰ্জী আৰু পণ্ডিত দীনদয়াল উপাধ্যায়ৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।

৫ / ৫

ইয়াৰ পাছতে 'বন্দে মাতৰম' আৰু 'অ' মোৰ আপোনাৰ দেশ' গীত পৰিৱেশনৰে কাৰ্য্যসূচীৰ আনুষ্ঠানিক শুভাৰম্ভ কৰা হয়।

বীৰ লাচিত দিৱস উদযাপন; শৰাইঘাটৰ বীৰত্ব স্মৰণ, চিত্ৰাংকন প্ৰতিযোগিতা

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক