ডিব্ৰুগড়ৰ পশ্চিম প্ৰান্তত অৱস্থিত ঐতিহাসিক শ্ৰীশ্ৰী কলি আই থানৰ আন্তঃগাঁথনি উন্নয়নৰ দিশত আন এক পদক্ষেপ।
ভক্ত আৰু পৰ্যটকৰ সুবিধাৰ্থে প্ৰাকৃতিক পৰিৱেশৰ মাজত অৱস্থিত থানখনত নিৰ্মাণ কৰা হ’ব অতিথিগৃহ।
অসম পৰ্যটন উন্নয়ন নিগমৰ ২৫ লাখ টকাৰ আৰ্থিক অনুদানেৰে নিৰ্মাণ হ’বলগীয়া অতিথিগৃহটোৰ আধাৰশিলা স্থাপন কৰে নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱাই।
ডিব্ৰুগড়ৰ ঐতিহাসিক শ্ৰীশ্ৰী কলি আই থানত অতিথিগৃহ নিৰ্মাণৰ আধাৰশিলা স্থাপন কাৰ্যসূচীত অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱাৰ বিশেষ উদ্যোগত নিগমৰ তৰফৰ পৰা আগবঢ়োৱা ২৫ লাখ টকাৰ…
প্ৰতিবছৰে অসম তথা দেশৰ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ ভক্তৰ সমাগম ঘটে থানখনত।
newznow.in