ক্ৰীড়া

ৰামফলবিলত ২০ সংখ্যক কনকেশ্বৰ নাৰ্জাৰী স্মাৰক ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেল অনুষ্ঠিত

NewzNow · ২৪ নৱেম্বৰ ২০২৬

১ / ৫

ৰামফলবিল আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত আৰু ৰামফলবিল আঞ্চলিক সমিতি, এবছুৰ সহযোগত অনুষ্ঠিত হয় খেলখ

২ / ৫

কোকৰাঝাৰ জিলাৰ ৰামফলবিলৰ ৰূপনাথ ব্ৰহ্ম খেলপথাৰত অনুষ্ঠিত হয় ২০ সংখ্যক কনকেশ্বৰ নাৰ্জাৰী স্মাৰক ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেল।

৩ / ৫

চূড়ান্ত খেলখনত মুখামুখি হয় ছানছ্ৰাং ক্লাব আৰু অলংবাৰ ক্লাব।ৰামফলবিল আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত আৰু ৰামফলবিল আঞ্চলিক সমিতি, এবছুৰ সহযোগত আয়োজিত এই প্ৰতিযোগিতাখনত বিটিচিৰ ক্ৰীড়া আৰু…

৪ / ৫

প্ৰয়াত কনকেশ্বৰ নাৰ্জাৰীৰ স্মৃতি যুগমীয়া কৰাৰ লগতে অঞ্চলটোৰ যুৱ প্ৰজন্মৰ মাজত ক্ৰীড়াৰ প্ৰতি আগ্ৰহ বৃদ্ধি আৰু প্ৰতিভাৱান খেলুৱৈসকলক উপযুক্ত মঞ্চ প্ৰদানৰ লক্ষ্যৰে প্ৰতিবছৰে এই প্ৰতিযোগিতাৰ…

৫ / ৫

চূড়ান্ত খেলখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিটিচিৰ কাৰ্যবাহী সদস্য প্ৰকাশ বসুমতাৰী।

ৰামফলবিলত ২০ সংখ্যক কনকেশ্বৰ নাৰ্জাৰী স্মাৰক ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেল অনুষ্ঠিত

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক