ডিব্ৰুগড়ৰ সামাজিক সাংস্কৃতিক কৰ্মী ডিব্ৰুগড় দূৰদৰ্শন কেন্দ্ৰৰ অনুষ্ঠান কাৰ্য্যবাহী চন্দন পাঠকৰ মৃত্যু: শোকৰ ছাঁ
ডিব্ৰুগড়ৰ সামাজিক- সাংস্কৃতিক ক্ষেত্ৰখনত শোকৰ ছাঁ পেলাই আজি দুপৰীয়া পৰলোকপ্ৰাপ্তি ঘটিছে বিশিষ্ট সাংস্কৃতিক- সামাজিক সংগঠক, জ্যেষ্ঠ শিল্পী তথা দূৰদৰ্শন কেন্দ্ৰৰ অনুষ্ঠান কাৰ্য্যবাহী চন্দন…
সুধাকণ্ঠ ড° ভূপেন হাজৰিকা আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতি আৰু আদৰ্শ নৱপ্ৰজন্মৰ মাজত জীয়াই ৰখাৰ ক্ষেত্ৰত তেওঁ গ্ৰহণ কৰা পদক্ষেপ আছিল উল্লেখনীয়।
চন্দন পাঠকৰ আকস্মিক বিয়োগত শোক প্ৰকাশ কৰি প্ৰসিদ্ধ সংগীতজ্ঞ প্ৰশান্ত বৰদলৈয়ে কয় যে তেওঁ আছিল সামাজিক-সাংস্কৃতিক জগতৰ এক উজ্জ্বল ব্যক্তিত্ব।
মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে ডিব্ৰুগড়ৰ বৈৰাগীমঠস্থিত বাসগৃহত শিল্পী, সাহিত্যিক, সাংবাদিককে ধৰি বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকল সমবেত হৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰে।
newznow.in