স্বাধীনতাৰ পাছৰে পৰা খোৱাপানী সমস্যাত ভোগী থকা ডিগবৈ চহৰ বাসীক সকাহ দিয়াৰ উদ্দেশ্যৰে বিজেপিৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰে ৪১ কোটি ৬৮ লাখ ৮০ হাজাৰ টকাৰ ডিগবৈ পানী যোগান প্ৰকল্পটো পলমকৈ হলেও…
বিশুদ্ধ খোৱাপানী লাভ কৰাৰ সপোন এতিয়া বাস্তৱায়িত হোৱাৰ পথত।
অসম নগৰ পানীযোগান আৰু নল নৰ্দমা বৰ্ডৰ অধীনত ডিগবৈত সমগ্ৰ চহৰবাসীক খোৱা পানী যোগান ধৰিবলৈ চহৰখনৰ কালিবাৰী হাউচিং এৰিয়াত এই পানীযোগান প্ৰকল্পটো ২০২১ চনৰ ২ অক্টোবৰত আধাৰশিলা কৰিছিল সেইসময়ৰ…
আধাৰশিলা কৰাৰ পাছতেই কিছুদিন নিৰ্মাণৰ কাম চলিছিল যদিও হঠাতে ঠিকাদাৰে ৰহস্যজনক ভাৱে কাম বন্ধ কৰি দিলে।
বহুদিন ধৰি বন্ধ হৈ থকা প্ৰকল্পটো পুনৰ নিৰ্মাণৰ কাম পূৰ্ণগতিত চলি থকাৰ সময়তে আজি বিধায়ক সুৰেন ফুকনে ডিগবৈ পৌৰসভাৰ চেয়াৰমেন সুদীপ দত্ত চৌধুৰী, উপ পৌৰপতি ডিম্পী সোণোৱাল সৈতে প্ৰকল্পটোৰ নিৰ্মাণ…
newznow.in