অসম

“মই হয়তো জীয়াই নাথাকিম।”: গৰিমা শইকীয়া গাৰ্গ; উন্নত চিকিৎসাৰ বাবে মুম্বাইলৈ নিয়াৰ পৰিকল্পনা

NewzNow · ৩ নৱেম্বৰ ২০২৬

১ / ৫

প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গক উন্নত চিকিৎসাৰ বাবে মুম্বাইলৈ নিয়াৰ পৰিকল্পনা কৰা হৈছে বুলি জানিব পৰা গৈছে।

২ / ৫

গুৱাহাটী, ৩ নৱেম্বৰ:৩ নৱেম্বৰ: পুনৰ অসুস্থ হৈ গুৱাহাটীৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গক উন্নত চিকিৎসাৰ বাবে মুম্বাইলৈ নিয়াৰ পৰিকল্পনা…

৩ / ৫

গৰিমাৰ স্বাস্থ্যৰ শেহতীয়া অৱস্থা সন্দৰ্ভত মন্তব্য কৰিছে চিকিৎসক ডাঃ হিতেশ বৰুৱাই।

৪ / ৫

উল্লেখ্য যে, ৩১ অক্টোবৰত নুনমাটিৰ অসম জাতীয় বিদ্যালয়ৰ এটা অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ গৈ হঠাৎ অসুস্থ হৈ পৰিছিল গৰিমা শইকীয়া গাৰ্গ।

৫ / ৫

ডাঃ হিতেশ বৰুৱাই কয় যে গৰিমাই কান্দি কান্দি তেওঁক নিজৰ মানসিক অৱস্থাৰ কথা জনাইছিল।

“মই হয়তো জীয়াই নাথাকিম।”: গৰিমা শইকীয়া গাৰ্গ; উন্নত চিকিৎসাৰ বাবে মুম্বাইলৈ নিয়াৰ পৰিকল্পনা

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক