অসম

ডিবাং বান্ধৰ বিৰুদ্ধে ডিব্ৰুগড়ত তীব্ৰ প্ৰতিবাদ! বৃহৎ নদীবান্ধ বন্ধৰ দাবীত সৰৱ কেইবাটাও সংগঠন

NewzNow · ২৫ নৱেম্বৰ ২০২৬

১ / ৫

বৃহৎ নদীবান্ধৰ বিৰুদ্ধে এইবাৰ ৰাজপথৰ পৰা সংবাদমেললৈ সৰৱ হৈ পৰিল কেইবাটাও সংগঠন।

২ / ৫

আজি ডিব্ৰুগড়ত ‘STOP BIG DAM’ শীৰ্ষক যৌথ সংবাদমেলৰ জৰিয়তে বৃহৎ নদীবান্ধৰ বিৰুদ্ধে মুকলি স্থিতি গ্ৰহণ কৰে People's Forum Against Big Dam, Adi Bane Kebang United, Adi Galo Welfare Society…

৩ / ৫

সংবাদমেলত সংগঠনসমূহে স্পষ্টকৈ সকীয়াই দিয়ে যে ডিবাং নদীত নিৰ্মাণ হ'বলগীয়া বৃহৎ বান্ধ কেৱল এটা প্ৰকল্প নহয়, বৰঞ্চ অসম আৰু অৰুণাচলৰ ভাটি অঞ্চলৰ লাখ লাখ লোকৰ জীৱন, জীৱিকা আৰু ভৱিষ্যতৰ প্ৰতি…

৪ / ৫

বান্ধ নিৰ্মাণৰ ফলত ভয়াৱহ বানপানী, গৰাখহনীয়া, পৰিৱেশৰ ভাৰসাম্যহীনতা আৰু জৈৱ-বৈচিত্ৰ্যৰ ব্যাপক ক্ষতি হোৱাৰ আশংকা প্ৰকাশ কৰে সংগঠনকেইটাই।

৫ / ৫

সংগঠনসমূহৰ স্পষ্ট দাবী—জনসাধাৰণৰ জীৱনক বিপদৰ মুখলৈ ঠেলি দি কোনো কাৰণতে বৃহৎ নদীবান্ধ নিৰ্মাণ হ'বলৈ দিয়া নহ'ব।

ডিবাং বান্ধৰ বিৰুদ্ধে ডিব্ৰুগড়ত তীব্ৰ প্ৰতিবাদ! বৃহৎ নদীবান্ধ বন্ধৰ দাবীত সৰৱ কেইবাটাও সংগঠন

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক