অসম

উপাধ্যক্ষ ডাঃ হবে টেৰণৰ বিৰুদ্ধে পৰকীয়া প্ৰেম আৰু প্ৰতাৰণাৰ অভিযোগ মহিলাৰ; বিষয়টোক লৈ ক'বলগীয়া নাই মুখ্যমন্ত্ৰীৰ

NewzNow · ২৫ নৱেম্বৰ ২০২৬

১ / ৫

বিধায়ক ড০ হাবে টেৰণৰ বিৰুদ্ধে এগৰাকী মহিলাই উত্থাপন কৰা অভিযোগ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

২ / ৫

অসম বিধানসভাৰ উপাধ্যক্ষ তথা বিজেপি বিধায়ক ড০ হাবে টেৰণৰ বিৰুদ্ধে এগৰাকী মহিলাই উত্থাপন কৰা গুৰুতৰ অভিযোগ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

৩ / ৫

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, ‘কাৰ্বি আংলঙৰ নিজা নিয়ম-নীতি, পৰম্পৰাগত আদালত আছে, ৰজা আছে আৰু আমাৰ আদালত আছে।

৪ / ৫

উল্লেখ্য যে, ২৪ নৱেম্বৰত ডিফুৰ কাৰ্বি আংলং জিলা প্ৰেছ ক্লাবত এখন সংবাদমেল সম্বোধন কৰি এগৰাকী মহিলাই ড০ হাবে টেৰণৰ বিৰুদ্ধে পৰকীয়া প্ৰেম আৰু সন্তানৰ পিতৃত্ব সম্পৰ্কীয় অভিযোগ উত্থাপন কৰিছিল।

৫ / ৫

মহিলাগৰাকীৰ অভিযোগ অনুসৰি, ক'ভিড মহামাৰীৰ সময়ত দুয়োৰে মাজত সম্পৰ্ক গঢ়ি উঠিছিল আৰু ২০২১ চনৰ ৪ মাৰ্চত এটি সন্তানৰ জন্ম হয়।

উপাধ্যক্ষ ডাঃ হবে টেৰণৰ বিৰুদ্ধে পৰকীয়া প্ৰেম আৰু প্ৰতাৰণাৰ অভিযোগ মহিলাৰ; বিষয়টোক লৈ ক'বলগীয়া নাই মুখ্যমন্ত্ৰীৰ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক