অসম

দলৰ সাংগঠনিক শক্তি বৃদ্ধিত গুৰুত্ব বিজেপিৰ; মুখ্যমন্ত্ৰীৰ উপস্থিতিত বিজেপিৰ কৰ্ণধাৰ সভা

NewzNow · ৩ নৱেম্বৰ ২০২৬

১ / ৫

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত বিজেপি অসম প্ৰদেশৰ কৰ্ণধাৰ সভাত সাংগঠনিক শক্তি বৃদ্ধি, নিৰ্বাচনী সফলতাৰ পৰ্যালোচনা আৰু ভৱিষ্যৎ কাৰ্যপন্থা নিৰ্ধাৰণৰ ওপৰত আলোচনা কৰা হয়।

২ / ৫

৩ নৱেম্বৰ: মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত মঙলবাৰে গুৱাহাটীৰ অটল বিহাৰী বাজপেয়ী ভৱনত বিজেপি অসম প্ৰদেশৰ ৰাজ্যিক কৰ্ণধাৰ সভা অনুষ্ঠিত হয়।

৩ / ৫

সভাত মুখ্যমন্ত্ৰীৰ লগতে ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজু, অসম বিজেপিৰ নৱনিযুক্ত প্ৰভাৰী মংগল পাণ্ডে, সহঃপ্ৰভাৰী এছ ফাংনন কন্যাক আৰু মনোজ টিম্বা তথা উত্তৰ-পূবৰ সহঃসমন্বয়ক ৰাজীৱ…

৪ / ৫

সভাত তৃণমূল পৰ্যায়ত দলৰ সাংগঠনিক ভেটি অধিক শক্তিশালী কৰা, কাৰ্যকৰ্তাসকলৰ মাজত সমন্বয় বৃদ্ধি আৰু জনসাধাৰণৰ সৈতে প্ৰত্যক্ষ সম্পৰ্ক সুদৃঢ় কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।

৫ / ৫

ইফালে, ভাৰতীয় জনতা যুৱ মৰ্চা, অসম প্ৰদেশৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাও অনুষ্ঠিত হয়।

দলৰ সাংগঠনিক শক্তি বৃদ্ধিত গুৰুত্ব বিজেপিৰ; মুখ্যমন্ত্ৰীৰ উপস্থিতিত বিজেপিৰ কৰ্ণধাৰ সভা

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক