উত্তৰ-পূৰ্বাঞ্চল

মণিপুৰত নিষিদ্ধ সংগঠন কেচিপিৰ ৭ সদস্যক গ্ৰেপ্তাৰ, বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ জব্দ

NewzNow · ২৫ নৱেম্বৰ ২০২৬

১ / ৫

মণিপুৰত নিৰাপত্তা বাহিনীৰ অভিযানত নিষিদ্ধ কেচিপিৰ ৭ জন কেডাৰক গ্ৰেপ্তাৰ কৰাৰ লগতে মাৰণাস্ত্ৰ আৰু যোগাযোগৰ সঁজুলি উদ্ধাৰ কৰা হৈছে।

২ / ৫

মণিপুৰৰ ইম্ফল পশ্চিম আৰু ইম্ফল পূব জিলাৰ বিভিন্ন স্থানত নিৰাপত্তা বাহিনীয়ে চলোৱা অভিযানত নিষিদ্ধ ঘোষিত সংগঠন কাংলেইপাক কমিউনিষ্ট পাৰ্টী চমুকৈ কেচিপিৰ সাতজন কেডাৰক গ্ৰেপ্তাৰ কৰা হৈছে।

৩ / ৫

আৰক্ষীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত ক্ৰিমিনেল ইনভেষ্টিগেচন ডিপাৰ্টমেণ্ট (চিডিঅ’) আৰু অসম ৰাইফলছৰ যৌথ দলে এই অভিযান চলাইছিল।

৪ / ৫

২৪ নৱেম্বৰত ইম্ফল পশ্চিম জিলাৰ নুম্বুল নদীৰ সমীপৰ মছজিদ ৰোডৰ পৰা কেচিপি (পিডব্লিউজি)-ৰ সদস্য ওইনাম নাওবা সিং ওৰফে নানাওক গ্ৰেপ্তাৰ কৰা হয়।

৫ / ৫

একেটা দিনতে মায়াং ইম্ফল থানাৰ অন্তৰ্গত ছাগাইছাবিত চলোৱা এক তালাচী অভিযানত দুটা লেথোড গান, ছটা বেৰেল গান (এটা ডাবল বেৰেল আৰু পাঁচটা বল্ট-একশ্যন ছিংগল বেৰেল গান) আৰু মেগজিনসহ দুটা পিষ্টল…

মণিপুৰত নিষিদ্ধ সংগঠন কেচিপিৰ ৭ সদস্যক গ্ৰেপ্তাৰ, বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ জব্দ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক