অসম

'গুলি কৰি মাৰিলেও, জ্বলাই মাৰিলেও ক’বলগীয়া নাই,' ক’লে দুলীয়াজান হত্যাকাণ্ডৰ অভিযুক্ত অমিৰৰ পিতৃয়ে

NewzNow · ২৫ নৱেম্বৰ ২০২৬

১ / ৫

দুলীয়াজানৰ তিনিজনীয়া হত্যাকাণ্ডৰ অভিযুক্ত আমিৰ দাসৰ বিৰুদ্ধে অপৰাধ প্ৰমাণিত হ’লে কঠোৰ শাস্তি হ’ব লাগে বুলি স্পষ্ট কৰি দিলে পিতৃ অজেন দাসে।

২ / ৫

দুলীয়াজান, ২৮ নৱেম্বৰ: দুলীয়াজানৰ ভূঞা পৰিয়ালৰ তিনিজন লোকৰ হত্যাকাণ্ডৰ অভিযুক্ত আমিৰ দাসৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তেওঁৰ পিতৃ অজেন দাসে।

৩ / ৫

অৱশ্যে আৰক্ষীৰ গুলীচালনাত পুত্ৰ আহত হোৱা ঘটনাক লৈ উদ্বেগ প্ৰকাশ কৰে অজেন দাসে।

৪ / ৫

অজেন দাসে জনোৱা মতে, কামলৈ ওলাই যোৱাৰ কথা কৈয়েই আমিৰ ঘৰৰ পৰা গৈছিল।

৫ / ৫

পিতৃয়ে লগতে উল্লেখ কৰে যে তেওঁলোকৰ পৰিয়ালৰ কোনো লোকেই স্মাৰ্টফোন ব্যৱহাৰ নকৰে।

'গুলি কৰি মাৰিলেও, জ্বলাই মাৰিলেও ক’বলগীয়া নাই,' ক’লে দুলীয়াজান হত্যাকাণ্ডৰ অভিযুক্ত অমিৰৰ পিতৃয়ে

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক