অসম

কামাখ্যা ৰে'ল ষ্টেচনত ১.৪৭ লাখ টকাৰ জাল নোট জব্দ, বিহাৰৰ দুজন লোক গ্ৰেপ্তাৰ

NewzNow · ২৫ নৱেম্বৰ ২০২৬

১ / ৫

গুৱাহাটীৰ কামাখ্যা ৰে'ল ষ্টেচনত জিআৰপিয়ে অভিযান চলাই ১.৪৭ লাখ টকাৰ জাল নোটসহ বিহাৰৰ দুজন লোকক গ্ৰেপ্তাৰ কৰিছে।

২ / ৫

গুৱাহাটী: গুৱাহাটীৰ কামাখ্যা ৰে'ল ষ্টেচনত ৰে'ল আৰক্ষীয়ে (জিআৰপি) এক অভিযান চলাই বৃহৎ পৰিমাণৰ জাল নোট জব্দ কৰাৰ লগতে দুজন লোকক গ্ৰেপ্তাৰ কৰিছে।

৩ / ৫

কামাখ্যা জিআৰপিৰ পৰিদৰ্শক যাদৱ চেতিয়াৰ নেতৃত্বত আৰক্ষীৰ এটা দলে ৰে'ল ষ্টেচনত এই অভিযান চলাইছিল।

৪ / ৫

গ্ৰেপ্তাৰ হোৱা লোক দুজনক ৰাকেশ কুমাৰ আৰু ৰোহিত কুমাৰ বুলি চিনাক্ত কৰা হৈছে।

৫ / ৫

অভিযুক্ত দুজনে অসমত এই জাল নোটসমূহ প্ৰচলন কৰাৰ উদ্দেশ্যে আনিছিল নে আন কোনো ঠাইলৈ নিয়াৰ পৰিকল্পনা কৰিছিল, সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

কামাখ্যা ৰে'ল ষ্টেচনত ১.৪৭ লাখ টকাৰ জাল নোট জব্দ, বিহাৰৰ দুজন লোক গ্ৰেপ্তাৰ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক