প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত গৰিমা শইকীয়া গাৰ্গসহ শিল্পী-অভিনেতাৰ এটা প্ৰতিনিধি দলে অসমৰ ৰাজ্যপালক সাক্ষাৎ কৰি সাত দফীয়া স্মাৰক-পত্ৰ দাখিল কৰে।
গুৱাহাটী, ২৮ অক্টোবৰঃ প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ ন্যায়িক প্ৰক্ৰিয়া অধিক শক্তিশালী আৰু ক্ষিপ্ৰ কৰাৰ দাবীৰে অসমৰ ৰাজ্যপালক সাক্ষাৎ কৰিলে গৰিমা শইকীয়া গাৰ্গসহ শিল্পী, অভিনেতা…
সাক্ষাতৰ পিছত গৰিমা শইকীয়া গাৰ্গে কয় যে জুবিন গাৰ্গৰ মৃত্যুৰ দিনা কি ঘটিছিল, সেয়া অতি সোনকালে স্পষ্ট হ’ব লাগে।
প্ৰতিনিধি দলটোৰ হৈ ৰাহুল গৌতম শৰ্মাই সাত দফীয়া দাবীসমূহৰ বিষয়ে সংবাদ মাধ্যমৰ আগত ব্যাখ্যা কৰে।
দ্বিতীয় দাবী হিচাপে অসমৰ মহাধিবক্তাৰ নেতৃত্বত এটা সমন্বিত অভিযোজন ব্যৱস্থা গঢ়ি তোলাৰ কথা উল্লেখ কৰা হৈছে।
newznow.in