ভাৰতৰ চুফী পৰম্পৰা আৰু সহাৱস্থানে বিশ্বত মধ্যপন্থী ইছলামৰ আদৰ্শ দাঙি ধৰিব পাৰে বুলি নতুন দিল্লীৰ সন্মিলনত বিশেষজ্ঞসকলে মত প্ৰকাশ কৰে।
নতুন দিল্লী: ভাৰতৰ চহকী চুফী পৰম্পৰা আৰু ধৰ্মীয় সহাৱস্থানৰ ঐতিহ্যই সমগ্ৰ বিশ্বৰ সন্মুখত এক মধ্যপন্থী, প্ৰগতিশীল আৰু অন্তৰ্ভুক্তিমূলক ইছলামৰ আদৰ্শ দাঙি ধৰিব পাৰে।
আলোচনাত অংশ লৈ কায়ৰোৰ আল-আজহাৰ বিশ্ববিদ্যালয়ৰ আন্তঃৰাষ্ট্ৰীয় আইন বিভাগৰ অধ্যাপক তথা গ্ৰেণ্ড ইমামৰ উপদেষ্টা অধ্যাপক ড০ মহম্মদ আব্দুল ছেমেদ মাহান্নাই কয় যে সমসাময়িক বিশ্বত চুফীবাদে এক…
আনহাতে, জামিয়া মিলিয়া ইছলামিয়াৰ আইন বিভাগৰ ডীন অধ্যাপক ড০ গোলাম ইয়াজদানীয়ে ভাৰত আৰু ইজিপ্তক সমৃদ্ধ বৌদ্ধিক, আধ্যাত্মিক আৰু নৈতিক ঐতিহ্যৰে পুষ্ট দুটা প্ৰাচীন সভ্যতা বুলি অভিহিত কৰে।
মুছলিম ষ্টুডেণ্টছ অৰ্গেনাইজেচন অৱ ইণ্ডিয়াৰ অধ্যক্ষ ড০ শ্বুজাত আলী কাদৰীয়ে ভাৰতৰ নিজস্ব চুফী পৰম্পৰাৰ প্ৰচাৰ আৰু অন্তৰ্ভুক্তিমূলক ধৰ্মীয় চিন্তাধাৰাক আগুৱাই নিয়াৰ ক্ষেত্ৰত এনে আলোচনাচক্ৰৰ…
newznow.in