দেশ

‘ইছলামিক মৌলবাদীয়ে ধৰ্মনিৰপেক্ষতাৰ কথা কোৱাৰ দৰে’—ৰাহুল গান্ধীক কিৰেন ৰিজিজুৰ কটাক্ষ

NewzNow · ৩ নৱেম্বৰ ২০২৬

১ / ৫

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিদেশী সহায়ত ক্ষমতাত থকাৰ ৰাহুল গান্ধীৰ অভিযোগৰ প্ৰত্যুত্তৰত কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৱে কংগ্ৰেছ নেতাগৰাকীক তীব্ৰ কটাক্ষ…

২ / ৫

৩ নৱেম্বৰ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিদেশী শক্তিৰ সহায়ত ক্ষমতাত থকাৰ অভিযোগ উত্থাপন কৰা কংগ্ৰেছ নেতা ৰাহুল গান্ধীক তীব্ৰ সমালোচনা কৰিছে কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৱে।

৩ / ৫

মঙলবাৰে সামাজিক মাধ্যম X-ত দিয়া এটা পোষ্টত ৰিজিজুৱে ৰাহুল গান্ধীৰ বিদেশী সহায়ৰ অভিযোগৰ প্ৰত্যুত্তৰ দিয়ে।

৪ / ৫

ইয়াৰ পূৰ্বে ৰাহুল গান্ধীয়ে অভিযোগ কৰিছিল যে প্ৰধানমন্ত্ৰী মোদী বিদেশী সহায়ৰ জৰিয়তে ক্ষমতালৈ আহিছিল আৰু এতিয়াও বিদেশী শক্তিৰ সমৰ্থনতে প্ৰধানমন্ত্ৰীৰ পদত অধিষ্ঠিত হৈ আছে।

৫ / ৫

এই ৰাজনৈতিক বাকযুদ্ধৰ সূত্ৰপাত হৈছিল গুজৰাট ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে বিৰোধী দলক ‘বিৰোধী পক্ষ’ৰ পৰিৱৰ্তে ‘অৱৰোধ পক্ষ’ বুলি কটাক্ষ কৰাৰ পিছত।

‘ইছলামিক মৌলবাদীয়ে ধৰ্মনিৰপেক্ষতাৰ কথা কোৱাৰ দৰে’—ৰাহুল গান্ধীক কিৰেন ৰিজিজুৰ কটাক্ষ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক