বলীউডৰ কণ্ঠশিল্পী মোহিত চৌহানে অহা ১২ ডিচেম্বৰত গুৱাহাটীৰ সৰুসজাইত সংগীত পৰিৱেশন কৰিব।
গুৱাহাটী: অহা ডিচেম্বৰ মাহত উত্তৰ-পূৰ্বাঞ্চলৰ সংগীতপ্ৰেমীসকলৰ বাবে আহিছে এক সুখবৰ।
আয়োজকসকলে জনোৱা মতে, গুৱাহাটীৰ এই অনুষ্ঠানটোৱেই হ'ব ‘ৰকষ্টাৰ মেক্সিমাছ ট্যুৰ’ৰ বিশ্বজোৰা প্ৰথম প্ৰদৰ্শনী।
মেঘালয় চৰকাৰৰ পৰ্যটন বিভাগ আৰু আয়োজকসকলৰ সহযোগত এই উৎসৱৰ আয়োজন কৰা হৈছে, যাৰ অন্যতম লক্ষ্য হৈছে গাৰো পাহাৰৰ ঐতিহ্য আৰু সংস্কৃতিৰ প্ৰচাৰ কৰা।
বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী মোহিত চৌহানে অসম আৰু মেঘালয়ত দুটাকৈ সংগীতানুষ্ঠানত অংশগ্ৰহণ কৰিব।
newznow.in