২০২৭ চনৰ অস্কাৰৰ বাছনি তালিকাত স্থান লাভ কৰিছে নাগালেণ্ডৰ কন্যাক ভাষাৰ ছবি ‘আংঘ’-এ।
উত্তৰ-পূবৰ চলচ্চিত্ৰ জগতলৈ আহিছে এক গৌৰৱৰ খবৰ।
২৪ নৱেম্বৰ, মঙলবাৰে একাডেমী অৱ মোচন পিকচাৰ আৰ্টছ এণ্ড ছায়েন্সেছে এই যোগ্যতাৰ তালিকা প্ৰকাশ কৰে।
অস্কাৰৰ নতুন নিয়ম অনুসৰি, নিৰ্দিষ্ট ছখন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ প্ৰতিযোগিতামূলক শাখাত পুৰস্কাৰপ্ৰাপ্ত ছবিয়ে নিজ নিজ দেশৰ আনুষ্ঠানিক মনোনয়ন নোহোৱাকৈয়ে এই শাখাত প্ৰৱেশৰ সুযোগ…
১০৩ মিনিট দৈৰ্ঘ্যৰ ‘আংঘ’ ছবিখনৰ কাহিনী আৰু চিত্ৰনাট্যও থেজা ৰিঅ’ৰ।
newznow.in