অসম

৩ ডিচেম্বৰৰ পূৰ্বে প্ৰতিবন্ধীসকলৰ প্ৰতিশ্ৰুতি পূৰণৰ আহ্বানেৰে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিলে প্ৰতিবন্ধী সুৰক্ষা সংস্থাই

NewzNow · ২৫ নৱেম্বৰ ২০২৬

১ / ৫

বিশ্ব প্ৰতিবন্ধী দিৱসৰ পূৰ্বে তিনিটা প্ৰধান দাবী সমাধানৰ বাবে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰি গুৱাহাটীত সংবাদমেল প্ৰতিবন্ধী সুৰক্ষা সংস্থাৰ।

২ / ৫

আগন্তুক ৩ ডিচেম্বৰ অৰ্থাৎ বিশ্ব প্ৰতিবন্ধী দিৱসৰ পূৰ্বে বা সেই দিনটোতে প্ৰতিবন্ধীসকলৰ অন্ততঃ তিনিটা গুৰুত্বপূৰ্ণ দাবীৰ সন্দৰ্ভত চৰকাৰক স্পষ্ট সিদ্ধান্ত গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে প্ৰতিবন্ধী…

৩ / ৫

সংগঠনটোৱে অভিযোগ কৰা অনুসৰি, বিভাগীয় মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ সৈতে আলোচনা হোৱাৰ পাছতো প্ৰতিশ্ৰুতিসমূহ কাৰ্যকৰী হোৱা নাই।

৪ / ৫

সংবাদমেলত সংস্থাটোৱে দৃষ্টিহীন বিদ্যালয় চৰকাৰীকৰণৰ দাবীও উত্থাপন কৰে।

৫ / ৫

ইয়াৰ উপৰি প্ৰতিবন্ধী ব্যক্তিসকলৰ বাবে সংৰক্ষিত ৪,৪১৯টা বেকল'গ পদ শীঘ্ৰে পূৰণৰ দাবী জনায় সংস্থাটোৱে।

৩ ডিচেম্বৰৰ পূৰ্বে প্ৰতিবন্ধীসকলৰ প্ৰতিশ্ৰুতি পূৰণৰ আহ্বানেৰে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিলে প্ৰতিবন্ধী সুৰক্ষা সংস্থা...

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক