মনোৰঞ্জন

অস্কাৰৰ দৌৰত ‘ৰামায়ণ’: শ্ৰেষ্ঠ ভিজুৱেল ইফেক্টছৰ শীৰ্ষ ২০খন ছবিৰ তালিকাত স্থান লাভ

NewzNow · ২৫ নৱেম্বৰ ২০২৬

১ / ৫

৯৯সংখ্যক অস্কাৰৰ শ্ৰেষ্ঠ ভিজুৱেল ইফেক্টছ শাখাৰ পৰৱৰ্তী পৰ্যায়ৰ ভোটিঙৰ বাবে নিৰ্বাচিত ২০খন ছবিৰ তালিকাত স্থান লাভ কৰিছে নীতেশ তিৱাৰীৰ ‘ৰামায়ণে’।

২ / ৫

মুক্তিৰ পূৰ্বেই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ জগতত ব্যাপক চৰ্চা লাভ কৰিছে নীতেশ তিৱাৰীৰ পৰিচালনাত নিৰ্মিত ছবি ‘ৰামায়ণে’।

৩ / ৫

‘ৰামায়ণ’ৰ বাবে এই সাফল্য বিশেষভাৱে তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে।

৪ / ৫

ইয়াৰ পূৰ্বে এছ এছ ৰাজামৌলীৰ ‘আৰ আৰ আৰ’ ছবিয়েও অস্কাৰৰ শ্ৰেষ্ঠ ভিজুৱেল ইফেক্টছ শাখাৰ শীৰ্ষ ২০খন ছবিৰ তালিকাত স্থান লাভ কৰিছিল।

৫ / ৫

আনহাতে, ‘ৰামায়ণে’ ৩২সংখ্যক ক্ৰিটিক্স চয়েছ এৱাৰ্ডছৰ চমু তালিকাতো দুটা শাখাত স্থান লাভ কৰিছে।

অস্কাৰৰ দৌৰত ‘ৰামায়ণ’: শ্ৰেষ্ঠ ভিজুৱেল ইফেক্টছৰ শীৰ্ষ ২০খন ছবিৰ তালিকাত স্থান লাভ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক