অসম

ভূৰাগাঁও নতুন বজাৰত প্ৰশাসনৰ উচ্ছেদ অভিযান, ভাঙি পেলোৱা হ'ল চৰকাৰী ভূমিৰ দোকান-পোহাৰ

NewzNow · ২৫ নৱেম্বৰ ২০২৬

১ / ৫

মৰিগাঁৱৰ ভূৰাগাঁও নতুন বজাৰ এলেকাত চৰকাৰী ভূমি বেদখলমুক্ত কৰিবলৈ জিলা প্ৰশাসনে জেচিবি আৰু বুলড’জাৰেৰে চলালে বৃহৎ উচ্ছেদ অভিযান।

২ / ৫

মৰিগাঁও, ২৫ নৱেম্বৰ: মৰিগাঁও জিলাৰ ভূৰাগাঁও নতুন বজাৰ এলেকাত ২৫ নৱেম্বৰৰ পুৱাৰে পৰা জিলা প্ৰশাসনে এক বৃহৎ উচ্ছেদ অভিযান চলায়।

৩ / ৫

ভূৰাগাঁও ৰাজহ চক্ৰ বিষয়াৰ উপস্থিতিত জেচিবি আৰু বুলড’জাৰ ব্যৱহাৰ কৰি চৰকাৰী ভূমিত গঢ়ি উঠা দোকান-পোহাৰ আৰু বিভিন্ন নিৰ্মাণকাৰ্য ভাঙি পেলোৱা হয়।

৪ / ৫

জিলা প্ৰশাসনৰ তৰফৰ পৰা যোৱা ১৭ নৱেম্বৰতে এই সন্দৰ্ভত উচ্ছেদৰ জাননী জাৰি কৰা হৈছিল।

৫ / ৫

চৰকাৰী ভূমি বেদখলমুক্ত কৰাৰ সমান্তৰালকৈ পথৰ দাঁতিৰ পৰা অবৈধ নিৰ্মাণ আঁতৰাই যান-বাহন চলাচল সুচল কৰা, পথচাৰীৰ সুৰক্ষা নিশ্চিত কৰা আৰু বজাৰ এলেকাৰ যান-জঁট সমস্যা হ্ৰাস কৰাই প্ৰশাসনৰ এই…

ভূৰাগাঁও নতুন বজাৰত প্ৰশাসনৰ উচ্ছেদ অভিযান, ভাঙি পেলোৱা হ'ল চৰকাৰী ভূমিৰ দোকান-পোহাৰ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক