দেশ

হিন্দু মহিলা শিৰৰ সেন্দূৰক লৈ অশ্লীল মন্তব্য ইউটিউবাৰ, কমেডিয়ান যশ মহেশ্বৰীৰ, পাটনাত এজাহাৰ

NewzNow · ২৫ নৱেম্বৰ ২০২৬

১ / ৫

ছট পূজাত মহিলাসকলে সেন্দূৰ লোৱা পৰম্পৰাক লৈ অশালীন মন্তব্য কৰা কমেডিয়ান যশ মাহেশ্বৰীৰ বিৰুদ্ধে পাটনাত এজাহাৰ ৰুজু।

২ / ৫

নতুন দিল্লী, ২৫ নৱেম্বৰ: ছট পূজাৰ সময়ত বিহাৰৰ মহিলাসকলে কপালত দীঘলকৈ সেন্দূৰ লোৱা পৰম্পৰাক লৈ অশালীন মন্তব্য কৰি তীব্ৰ বিতৰ্কত সোমাই পৰিছে ষ্টেণ্ড-আপ কমেডিয়ান যশ মাহেশ্বৰী।

৩ / ৫

ভিডিঅ’টোৰ অংশবিশেষ সামাজিক মাধ্যমত প্ৰচাৰ হোৱাৰ লগে লগে বিভিন্ন মহলৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হয়।

৪ / ৫

পাটনা আৰক্ষীয়ে জনোৱা মতে, এনে আপত্তিজনক মন্তব্যই সমাজৰ শান্তি বিনষ্ট কৰাৰ লগতে উত্তেজনা সৃষ্টি কৰাৰ আশংকা আছে।

৫ / ৫

বিতৰ্কৰ সৃষ্টি হোৱাৰ পাছতে যশ মাহেশ্বৰীয়ে ক্ষমা প্ৰাৰ্থনা কৰি কয় যে কোনো ধৰ্মীয় অনুভূতি, উৎসৱ বা ব্যক্তিৰ অনুভূতিত আঘাত সনাৰ উদ্দেশ্য তেওঁৰ নাছিল।

হিন্দু মহিলা শিৰৰ সেন্দূৰক লৈ অশ্লীল মন্তব্য ইউটিউবাৰ, কমেডিয়ান যশ মহেশ্বৰীৰ, পাটনাত এজাহাৰ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক