অসম

পুনৰ ট্ৰাম্পৰ শুল্ক বোমা! ভাৰতৰ সামগ্ৰীৰ ওপৰত ২৫%, চীনৰ বাবে ৪০% পৰ্যন্ত শুল্ক আৰোপৰ প্ৰস্তাৱ ট্ৰাম্প প্ৰশাসনৰ

NewzNow · ২৫ নৱেম্বৰ ২০২৬

🎧 শুনি শুনি চাওক
১ / ৫

ভাৰতসহ কেইবাখনো দেশৰ সামগ্ৰীৰ ওপৰত ২৫ শতাংশ আৰু চীনৰ ক্ষেত্ৰত ৪০ শতাংশ পৰ্যন্ত শুল্ক আৰোপৰ প্ৰস্তাৱ দিছে আমেৰিকাৰ বাণিজ্য প্ৰতিনিধিৰ কাৰ্যালয়ে।

২ / ৫

নতুন দিল্লী, ২৫ নৱেম্বৰ: ভাৰতসহ কেইবাখনো দেশৰ পৰা আমেৰিকালৈ আমদানি কৰা সামগ্ৰীৰ ওপৰত ২৫ শতাংশ পৰ্যন্ত শুল্ক আৰোপৰ প্ৰস্তাৱ আগবঢ়াইছে আমেৰিকাৰ বাণিজ্য প্ৰতিনিধিৰ কাৰ্যালয়ে (ইউএছটিআৰ)।

৩ / ৫

আনহাতে বাংলাদেশ, ইউৰোপীয় সংঘ, জাপান, ছুইজাৰলেণ্ড আৰু ছিংগাপুৰৰ বাবে ২০ শতাংশ পৰ্যন্ত শুল্কৰ প্ৰস্তাৱ ৰখা হৈছে।

৪ / ৫

প্ৰস্তাৱিত শুল্কৰ হাৰৰ ক্ষেত্ৰত দেশভেদে বিশেষ সীমাও নিৰ্ধাৰণ কৰা হৈছে।

৫ / ৫

ইয়াৰ বিপৰীতে চীনৰ পৰা আমদানি হোৱা সামগ্ৰীৰ ক্ষেত্ৰত সৰ্বোচ্চ ৪০ শতাংশ পৰ্যন্ত শুল্ক নিৰ্ধাৰণৰ পৰিকল্পনা কৰা হৈছে।

পুনৰ ট্ৰাম্পৰ শুল্ক বোমা! ভাৰতৰ সামগ্ৰীৰ ওপৰত ২৫%, চীনৰ বাবে ৪০% পৰ্যন্ত শুল্ক আৰোপৰ প্ৰস্তাৱ ট্ৰাম্প প্ৰশাসনৰ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক