আন্তঃৰাষ্ট্ৰীয়

বিকিনিৰ ওপৰত ‘ওঁ’ আৰু ত্ৰিশূলৰ চিহ্ন থকা চাৰং, ছুপাৰমডেলৰ কাণ্ডকলৈ তীব্ৰ বিতৰ্ক

NewzNow · ২৫ নৱেম্বৰ ২০২৬

১ / ৫

বিকিনিৰ ওপৰত হিন্দু ধৰ্মৰ পৱিত্ৰ প্ৰতীক ‘ওঁ’ আৰু ত্ৰিশূল অংকিত কাপোৰ পৰিধান কৰি বিতৰ্কৰ মাজত সোমাই পৰিছে আমেৰিকাৰ ছুপাৰমডেল কেন্ডেল জেনাৰ।

২ / ৫

নতুন দিল্লী, ২৫ নৱেম্বৰঃ হিন্দু ধৰ্মৰ পৱিত্ৰ প্ৰতীক ‘ওঁ’ আৰু ত্ৰিশূলৰ চিহ্ন থকা কাপোৰ পৰিধান কৰি তীব্ৰ বিতৰ্কৰ সন্মুখীন হৈছে আমেৰিকাৰ ছুপাৰমডেল কেন্ডেল জেনাৰ।

৩ / ৫

প্ৰাপ্ত তথ্য অনুসৰি, ভগ্নী কাইলি জেনাৰৰ সৈতে বাহামাছত হেইলী বিবাৰৰ ৩০সংখ্যক জন্মদিন উদ্‌যাপন কৰিবলৈ গৈছিল কেন্ডেল জেনাৰ।

৪ / ৫

ছবিসমূহ প্ৰকাশ পোৱাৰ পাছতে এক্স আৰু ৰেডিটৰ দৰে সামাজিক মাধ্যমত বিষয়টোক লৈ ব্যাপক বিতৰ্কৰ সৃষ্টি হয়।

৫ / ৫

একাংশ সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়ে মন্তব্য কৰে যে ‘ওঁ’ প্ৰতীকটো আধ্যাত্মিক সাধনা আৰু শ্ৰদ্ধাৰ সৈতেহে জড়িত, ই কোনো ক্ষণস্থায়ী ফেশ্বনৰ বস্তু নহয়।

বিকিনিৰ ওপৰত ‘ওঁ’ আৰু ত্ৰিশূলৰ চিহ্ন থকা চাৰং, ছুপাৰমডেলৰ কাণ্ডকলৈ তীব্ৰ বিতৰ্ক

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক