প্ৰয়াত কণ্ঠশিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ ন্যায় বিচাৰি অহা ২৮ নৱেম্বৰত জুবিন ক্ষেত্ৰত এক বৃহৎ গণসমাবেশৰ আহ্বান জনাইছে বিধায়ক অখিল গগৈয়ে।
গুৱাহাটী, ২৫ নৱেম্বৰ: প্ৰয়াত কণ্ঠশিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি অহা ২৮ নৱেম্বৰত জুবিন ক্ষেত্ৰত এক বৃহৎ গণসমাবেশৰ আহ্বান জনাইছে বিধায়ক অখিল গগৈয়ে।
অহা ৩০ নৱেম্বৰত সৰ্বোচ্চ ন্যায়ালয়ত এই গোচৰৰ অভিযুক্তসকলৰ জামিন সম্পৰ্কীয় শুনানি অনুষ্ঠিত হোৱাৰ কথা আছে।
জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্ত আৰু আদালতত দাখিল কৰা চাৰ্জশ্বীটৰ বিভিন্ন দিশত অধিক স্পষ্টতা আৰু কঠোৰতাৰ প্ৰয়োজন আছে বুলি উল্লেখ কৰি বিধায়ক অখিল গগৈয়ে তিনিটা বিশেষ দাবী উত্থাপন কৰে।
বিধায়কগৰাকীয়ে উত্থাপন কৰা দাবীসমূহ হ'ল— ইতিমধ্যে জামিন লাভ কৰা অভিযুক্তসকলৰ জামিন বাতিলৰ ব্যৱস্থা কৰা, জামিন বিচাৰি আবেদন কৰা অভিযুক্তসকলে যাতে জামিন নাপায় তাৰ বাবে শক্তিশালী আইনী…
newznow.in