অসম

শিৱসাগৰৰ আৰক্ষী অধীক্ষকৰ মতে, কি পৰিস্থিতিত মৃত্যু হ’ল ঘনকান্ত গগৈৰ?

NewzNow · ৪ নৱেম্বৰ ২০২৬

১ / ৫

গৌৰীসাগৰত আৰক্ষীৰ হেফাজতৰ পৰা অস্ত্ৰ কাঢ়ি লোৱাৰ চেষ্টা কৰাৰ অভিযোগত সংঘটিত হতাহতিৰ পাছত ঘনকান্ত গগৈৰ মৃত্যু হৈছে।

২ / ৫

গৌৰীসাগৰ: শিৱসাগৰ আৰক্ষীৰ হেফাজতত থকা ঘনকান্ত গগৈ গুলীবিদ্ধ হৈ মৃত্যুবৰণ কৰিছে।

৩ / ৫

শিৱসাগৰৰ আৰক্ষী অধীক্ষক পাপৰি চেতিয়াই জনোৱা মতে, পাঞ্জাব নেচনেল বেংকৰ ঋণ-সংক্ৰান্তীয় এক গোচৰত ঘনকান্ত গগৈক বহুদিন ধৰি বিচাৰি আছিল আৰক্ষীয়ে।

৪ / ৫

আৰক্ষীৰ দলটোৱে গুৱাহাটীৰ পৰা তেওঁক লৈ গৌৰীসাগৰ পোৱাৰ পাছত ঘনকান্তই বাহিৰলৈ যাবলৈ বিচাৰে বুলি আৰক্ষী অধীক্ষকগৰাকীয়ে জনায়।

৫ / ৫

এই ঘটনাক কেন্দ্ৰ কৰি হোৱা হতাহতিত তদন্তকাৰী বিষয়াজন আঘাতপ্ৰাপ্ত হয়।

শিৱসাগৰৰ আৰক্ষী অধীক্ষকৰ মতে, কি পৰিস্থিতিত মৃত্যু হ’ল ঘনকান্ত গগৈৰ?

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক