দেশ

‘ৰাহুল বাবা, এয়া বাংলাদেশ নহয়, ভাৰত!’ - কটাক্ষ শিৱৰাজ সিং চৌহানৰ

NewzNow · ৪ নৱেম্বৰ ২০২৬

১ / ৪

কংগ্ৰেছ নেতা ৰাহুল গান্ধীক উদ্দেশ্যি সামাজিক মাধ্যমত তীব্ৰ মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ।

২ / ৪

৩ নৱেম্বৰত সামাজিক মাধ্যমৰ X-ত দিয়া এটা পোষ্টত শিৱৰাজ সিং চৌহানে লিখে, ‘আমাৰ দেশক মচিবলৈ চেষ্টা কৰাসকল নিজেই মচি গ’ল।’ লগতে ৰাহুল গান্ধীক উদ্দেশ্যি তেওঁ মন্তব্য কৰে যে ভাৰতত গণতন্ত্ৰৰ…

৩ / ৪

দেশৰ গণতান্ত্ৰিক প্ৰতিষ্ঠান আৰু ৰাজনৈতিক প্ৰতিবাদক লৈ বিজেপি আৰু বিৰোধী পক্ষৰ মাজত চলি থকা বাকযুদ্ধৰ মাজতে শিৱৰাজৰ এই মন্তব্যই নতুন চৰ্চাৰ সৃষ্টি কৰিছে।

৪ / ৪

ইয়াৰ পূৰ্বে মঙলবাৰে লক্ষ্ণৌত ‘গণতন্ত্ৰ বচাওক, অৰাজকতা আঁতৰাওক’ শীৰ্ষক পদযাত্ৰাত অংশগ্ৰহণ কৰিও কংগ্ৰেছ আৰু বিৰোধী পক্ষক সমালোচনা কৰিছিল কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।

‘ৰাহুল বাবা, এয়া বাংলাদেশ নহয়, ভাৰত!’ - কটাক্ষ শিৱৰাজ সিং চৌহানৰ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক