মনোৰঞ্জন

ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবৰ্ণলৈ নিৰ্বাচিত চিংফৌ ছবি ‘ডিয়েৰ আৱা’

NewzNow · ২৮ অক্টোবৰ ২০২৬

১ / ৫

ড° লাচিত বৰুৱা পৰিচালিত চিংফৌ ছবি ‘ডিয়েৰ আৱা’ ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবৰ্ণলৈ নিৰ্বাচিত হৈছে।

২ / ৫

অসমৰ চলচ্চিত্ৰ জগতলৈ সুখবৰ কঢ়িয়াই আনিছে ড° লাচিত বৰুৱা পৰিচালিত পূৰ্ণদৈৰ্ঘ্যৰ চিংফৌ ছবি ‘ডিয়েৰ আৱা’ই।

৩ / ৫

এম বি প্ৰডাকশ্যনৰ বেনাৰত নিৰ্মিত ছবিখনৰ কাহিনী, প্ৰযোজনা আৰু পৰিচালনাৰ দায়িত্বত আছে ড° লাচিত বৰুৱা।

৪ / ৫

চিংফৌ সমাজক লৈ ড° লাচিত বৰুৱাই দীৰ্ঘদিন ধৰি চলোৱা গৱেষণাৰ আধাৰত ছবিখন নিৰ্মাণ কৰা হৈছে।

৫ / ৫

ইয়াৰ পূৰ্বেও ‘ডিয়েৰ আৱা’ই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত স্থান লাভ কৰিছে।

ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবৰ্ণলৈ নিৰ্বাচিত চিংফৌ ছবি ‘ডিয়েৰ আৱা’

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক