অসম

সদৌ অসম মটৰ পৰিবহণ সন্থাৰ অনিৰ্দিষ্টকালীন চকাবন্ধ: গুৱাহাটীসহ সমগ্ৰ ৰাজ্যত যাত্ৰীৰ হাহাকাৰ

NewzNow · ২৬ নৱেম্বৰ ২০২৬

১ / ৫

বাণিজ্যিক বাহনৰ ওপৰত জৰিমনা আৰু বিভিন্ন সমস্যা সমাধানৰ দাবীত বৃহস্পতিবাৰে পুৱাৰে পৰা ৰাজ্যজুৰি আৰম্ভ হৈছে অনিৰ্দিষ্টকালীন চকাবন্ধ।

২ / ৫

অসমত অনিৰ্দিষ্টকালীন চকাবন্ধ: ৰাজ্যজুৰি দেখাগৈছে চকাবন্ধৰ মিশ্ৰিত প্ৰভাৱ ।

৩ / ৫

সদৌ অসম মটৰ পৰিবহণ সন্থাই আহ্বান জনোৱা অনিৰ্দিষ্টকালীন চকাবন্ধৰ ফলত বৃহস্পতিবাৰে পুৱাৰে পৰা গুৱাহাটীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বাণিজ্যিক পৰিবহণ ব্যৱস্থা ব্যাহত হৈ পৰিছে।

৪ / ৫

পুৱা ৬ বজাৰ পৰা সদৌ অসম মটৰ পৰিবহণ সন্থাই আহ্বান জনোৱা অনিৰ্দিষ্টকালীন চকাবন্ধৰ প্ৰভাৱ ৰাজ্যৰ বিভিন্ন প্ৰান্তত পৰিলক্ষিত হৈছে।

৫ / ৫

চকাবন্ধৰ ফলত ৰাজ্যৰ বিভিন্ন স্থানত বাণিজ্যিক বাহনৰ চলাচল ব্যাহত হোৱাৰ বিপৰীতে ঠায়ে ঠায়ে ইয়াৰ প্ৰভাৱ মিশ্ৰিত ৰূপত দেখা গৈছে।

সদৌ অসম মটৰ পৰিবহণ সন্থাৰ অনিৰ্দিষ্টকালীন চকাবন্ধ: গুৱাহাটীসহ সমগ্ৰ ৰাজ্যত যাত্ৰীৰ হাহাকাৰ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক