অসম

অসমত অনিৰ্দিষ্টকালীন চকা বন্ধৰ প্ৰভাৱ, তিনিচুকীয়াত পুৱাৰে পৰা ৰাজপথত যান-বাহনৰ চলাচল প্ৰায় স্তব্ধ

NewzNow · ২৬ নৱেম্বৰ ২০২৬

১ / ৫

তিনিচুকীয়া, ২৬ নৱেম্বৰঃ ৰাজ্যজুৰি আৰম্ভ হোৱা অনিৰ্দিষ্টকালীন চকা বন্ধৰ প্ৰভাৱ তিনিচুকীয়াতো স্পষ্টভাৱে পৰিছে।

২ / ৫

পৰিবহণ সংগঠনসমূহে SLD আৰু VLTD সঁজুলি সংস্থাপনৰ বাধ্যবাধকতা বন্ধ কৰা, ডিজিটেল ফিটনেছ কেন্দ্ৰৰ ব্যৱস্থাৰ সংস্কাৰ, বাহনৰ মালিকসকলৰ ওপৰত আৰোপ কৰা কৰ আৰু জৰিমনাৰ ক্ষেত্ৰত ৰেহাই প্ৰদানৰ দাবী…

৩ / ৫

বৰ্তমান তিনিচুকীয়াত বন্ধৰ প্ৰভাৱ পৰিলক্ষিত হৈছে যদিও এই কাৰ্যসূচী কিমান দিনলৈ অব্যাহত থাকিব, সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

৪ / ৫

বৃহস্পতিবাৰে পুৱাৰে পৰা চহৰখনৰ ৰাজপথত যান-বাহনৰ চলাচল যথেষ্ট হ্ৰাস পোৱা পৰিলক্ষিত হৈছে।

৫ / ৫

সাধাৰণ দিনৰ তুলনাত ৰাজপথত বাহনৰ সংখ্যা অতি কম হোৱাৰ ফলত চহৰখনৰ যাতায়াত ব্যৱস্থাত বন্ধৰ প্ৰভাৱ দেখা গৈছে।

অসমত অনিৰ্দিষ্টকালীন চকা বন্ধৰ প্ৰভাৱ, তিনিচুকীয়াত পুৱাৰে পৰা ৰাজপথত যান-বাহনৰ চলাচল প্ৰায় স্তব্ধ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক