দেশ

চিজেপি নেতা সৌৰভ দাসৰ বিৰুদ্ধে মুম্বাই আৰক্ষীৰ লুক আউট চাৰ্কুলাৰ, দিল্লী উচ্চ ন্যায়ালয়ত জনালে গৃহ মন্ত্ৰালয়ে

NewzNow · ২৬ নৱেম্বৰ ২০২৬

১ / ৫

ককৰোচ জনতা পাৰ্টিৰ সহ-আহ্বায়ক সৌৰভ দাসক লণ্ডন যাত্ৰাত বাধা প্ৰদানৰ পিছত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে নেতাগৰাকী।

২ / ৫

নতুন দিল্লী, ২৬ নৱেম্বৰ: ককৰোচ জনতা পাৰ্টি চমুকৈ চিজেপিৰ সহ-আহ্বায়ক সৌৰভ দাসৰ বিদেশ যাত্ৰাত বাধা প্ৰদানৰ ঘটনাক লৈ পোহৰলৈ আহিছে নতুন তথ্য।

৩ / ৫

ইফালে, কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জনোৱা মতে, আইন-শৃংখলা সম্পৰ্কীয় সংস্থাৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত ২৩ নৱেম্বৰতে চেন্নাইৰ আঞ্চলিক পাছপ’ৰ্ট কাৰ্যালয়ে দাসলৈ কাৰণ দৰ্শোৱাৰ জাননী…

৪ / ৫

বিদেশ যাত্ৰাত বাধা পোৱাৰ পাছত সৌৰভ দাসে দিল্লী উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰে।

৫ / ৫

সৌৰভ দাসে জনোৱা মতে, এই ভ্ৰমণকালত অক্সফৰ্ডৰ উপৰিও কেমব্ৰিজ বিশ্ববিদ্যালয়, লণ্ডন স্কুল অৱ ইক’নমিক্স আৰু এডিনবাৰ্গ বিশ্ববিদ্যালয়ৰ অনুষ্ঠানতো তেওঁ অংশ লোৱাৰ কথা আছিল।

চিজেপি নেতা সৌৰভ দাসৰ বিৰুদ্ধে মুম্বাই আৰক্ষীৰ লুক আউট চাৰ্কুলাৰ, দিল্লী উচ্চ ন্যায়ালয়ত জনালে গৃহ মন্ত্ৰালয়ে

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক