মণিপুৰত নিৰাপত্তা বাহিনীয়ে চলোৱা অভিযানত প্ৰিপাক (প্ৰ') আৰু চোৰেপাৰ এগৰাকী মহিলাসহ মুঠ পাঁচজন কেডাৰ গ্ৰেপ্তাৰ হৈছে।
ইম্ফল, ২৬ নৱেম্বৰ: মণিপুৰত নিৰাপত্তা বাহিনীয়ে চলোৱা দুটা পৃথক অভিযানত দুটা বিদ্ৰোহী সংগঠনৰ এগৰাকী মহিলাসহ মুঠ পাঁচজন কেডাৰ গ্ৰেপ্তাৰ হৈছে।
আনহাতে, দ্বিতীয়টো অভিযানত টেংনৌপাল জিলাৰ ম’ৰে আৰক্ষী থানাৰ অন্তৰ্গত চোংজাং অঞ্চলৰ পৰা চোৰেপা সংগঠনৰ চাৰিজন সক্ৰিয় সদস্যক গ্ৰেপ্তাৰ কৰা হয়।
ধৃত চাৰিজন সদস্যক কনজেনবাম দিনেশ ওৰফে মেইতেই (১৯), চিনখেইমায়ুম অবিনাশ মেইতেই ওৰফে টম্বা (১৯), পুথেম নানাও ওৰফে পিবা (১৯) আৰু নিংথৌজাম অৰুণকুমাৰ মেইতেই ওৰফে লুম্ফু (১৯) বুলি চিনাক্ত কৰা…
নিৰাপত্তা বাহিনীয়ে গ্ৰেপ্তাৰ কৰা পাঁচোজন কেডাৰৰ বিৰুদ্ধে যাৱতীয় আইনী ব্যৱস্থা গ্ৰহণ কৰিছে বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।
newznow.in