অসম

অসমত কৰ্মক্ষম বয়সৰ প্ৰায় আধা পুৰুষ ৰক্তহীনতাত আক্ৰান্ত: ৰাষ্ট্ৰীয় গড়ৰ দুগুণতকৈও অধিক

NewzNow · ২৬ নৱেম্বৰ ২০২৬

১ / ৫

আইচিএমআৰৰ শেহতীয়া সমীক্ষা অনুসৰি অসমত ২০ৰ পৰা ৫৯ বছৰ বয়সৰ ৪৬.৮ শতাংশ পুৰুষ আৰু ৭২.৮ শতাংশ মহিলা ৰক্তহীনতাত আক্ৰান্ত।

২ / ৫

গুৱাহাটী, ২৬ নৱেম্বৰ: ৰাজ্যৰ জনস্বাস্থ্যৰ ক্ষেত্ৰত এক উদ্বেগজনক ছবি পোহৰলৈ আনিছে ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ (আইচিএমআৰ) শেহতীয়া এক ৰাষ্ট্ৰীয় সমীক্ষাই।

৩ / ৫

‘ছাৰ্ভে ফৰ এছেছমেণ্ট অৱ মাৰ্কাৰ্ছ অৱ পপুলেচন হেল্থ, এক্টিভিটি, ডায়েট এণ্ড এনথ্ৰ’পমেট্ৰী’ চমুকৈ সম্পদা শীৰ্ষক এই সমীক্ষাটো ২০২৩ৰ পৰা ২০২৫ চনৰ ভিতৰত আইচিএমআৰ আৰু ৰাষ্ট্ৰীয় পুষ্টি প্ৰতিষ্ঠান…

৪ / ৫

সমীক্ষাৰ তথ্য অনুসৰি, ৬০ বছৰ বা তাতকৈ অধিক বয়সৰ অসমৰ ৭৪ শতাংশ পুৰুষ ৰক্তহীনতাত আক্ৰান্ত।

৫ / ৫

ৰাজ্যৰ মহিলাসকলৰ মাজতো এই স্বাস্থ্যজনিত সমস্যা অত্যন্ত উদ্বেগজনক হৈ পৰিছে।

অসমত কৰ্মক্ষম বয়সৰ প্ৰায় আধা পুৰুষ ৰক্তহীনতাত আক্ৰান্ত: ৰাষ্ট্ৰীয় গড়ৰ দুগুণতকৈও অধিক

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক