পাকিস্তানী ধাৰাবাহিকক লৈ বিতৰ্কৰ মাজতে Netflixক পাকিস্তানী সমল ভাৰতত সম্প্ৰচাৰ নকৰিবলৈ কেন্দ্ৰীয় চৰকাৰে নিৰ্দেশ দিছে।
নতুন দিল্লী, ২৬ নৱেম্বৰ: পাকিস্তানী অভিনেতা ফৱাদ খান আৰু মাহিৰা খান অভিনীত এখন নতুন ৱেব ছিৰিজক লৈ সৃষ্টি হোৱা বিতৰ্কৰ মাজতে Netflixক ভাৰতত পাকিস্তানত নিৰ্মিত কোনো ছবি বা ধাৰাবাহিক সম্প্ৰচাৰ…
‘Jo Bachay Hain Sang Samait Lo’ নামৰ পাকিস্তানী ধাৰাবাহিকখন ভাৰতত সম্প্ৰচাৰ হোৱাৰ সম্ভাৱনাক লৈ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ত কেইবাটাও অভিযোগ আৰু আবেদন দাখিল হৈছিল।
২০২৫ চনৰ জুন মাহত Netflix কৰ্তৃপক্ষই মন্ত্ৰালয়ক আনুষ্ঠানিকভাৱে জনাইছিল যে ভাৰতৰ গ্ৰাহকসকলৰ বাবে পাকিস্তানত নিৰ্মিত কোনো ছবি বা ধাৰাবাহিক উপলব্ধ কৰা হোৱা নাই।
ইয়াৰ পূৰ্বে পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে ২০২৫ চনৰ ৮ মে’ত অ’টিটি মঞ্চ আৰু…
newznow.in